বাগৰুম্বা নৃত্যত ৰঙীন ডেকাপাম বিবাৰী । এশ এবিধ শাকেৰে গাহৰি, কুকুৰা মাংসৰ আঞ্জা, থলুৱা মদ, ভোজভাত খাই আনন্দ-উল্লাসেৰে ৰংজালি বৈশাগু নৃত্যত মতলীয়া সকলো ।